[{"index":"1","arabicText":"وَالْعَصْرِ ۟ۙ","assameseTranslation":"সময়ৰ শপত,","footnotes":"","tafseer":"মহান আল্লাহে আছৰৰ সময়ৰ শপত কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/103001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/103001.mp3"},{"index":"2","arabicText":"اِنَّ الْاِنْسَانَ لَفِیْ خُسْرٍ ۟ۙ","assameseTranslation":"নিশ্চয় মানুহ ক্ষতিগ্ৰস্ততাত নিপতিত,","footnotes":"","tafseer":"নিশ্চয় মানুহ ক্ষতি আৰু ধ্বংসৰ মাজত নিমজ্জিত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/103002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/103002.mp3"},{"index":"3","arabicText":"اِلَّا الَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ وَتَوَاصَوْا بِالْحَقِّ ۙ۬ وَتَوَاصَوْا بِالصَّبْرِ ۟۠","assameseTranslation":"কিন্তু তেওঁলোকৰ বাহিৰে, যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, লগতে (যিসকলে) পৰস্পৰক সত্যৰ উপদেশ দিয়ে আৰু ধৈৰ্য্য ধাৰণ কৰিবলৈ উৎসাহ দিয়ে।","footnotes":"","tafseer":"কিন্তু সেইসকলৰ বিষয়টো সুকীয়া, যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনিছে আৰু সত্কৰ্ম কৰিছে আৰু এজনে আনজনক সত্যৰ উপদেশ দিছে আৰু পৰস্পৰক সত্য পথৰ প্ৰতি ধৈৰ্য্য ধাৰণ কৰিবলৈ উপদেশ দিছে। এতেকে এই বৈশিষ্ট্যৰ অধিকাৰীসকলে পৃথিৱী আৰু পৰকালৰ জীৱনত সফলতা লাভ কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/103003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/103003.mp3"}]