[{"index":"1","arabicText":"وَیْلٌ لِّكُلِّ هُمَزَةٍ لُّمَزَةِ ۟ۙ","assameseTranslation":"দুৰ্ভোগ প্ৰত্যেক সেই ব্যক্তিৰ বাবে যিয়ে সন্মুখত আৰু অনুপস্থিতিত পৰনিন্দা কৰে।","footnotes":"","tafseer":"বিনাশ আৰু কঠোৰ শাস্তি সেইসকল লোকৰ বাবে, যিসকলে মানুহৰ বহুত পৰিমাণে পৰচৰ্চা কৰে আৰু সিহঁতক গৰিহণা দি ফুৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/104001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/104001.mp3"},{"index":"2","arabicText":"لَّذِیْ جَمَعَ مَالًا وَّعَدَّدَهٗ ۟ۙ","assameseTranslation":"যিয়ে সম্পদ জমা কৰে আৰু বাৰে বাৰে গণনা কৰে।","footnotes":"","tafseer":"যাৰ একমাত্ৰ উদ্দেশ্য হৈছে ধন জমা কৰা আৰু সেইবোৰক বাৰে বাৰে গণনা কৰি ৰখা। ইয়াৰ বাহিৰে তাৰ আন কোনো উদ্দেশ্য নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/104002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/104002.mp3"},{"index":"3","arabicText":"یَحْسَبُ اَنَّ مَالَهٗۤ اَخْلَدَهٗ ۟ۚ","assameseTranslation":"সি ধাৰণা কৰে যে, তাৰ সম্পদে তাক চিৰজীৱী কৰি ৰাখিব।","footnotes":"","tafseer":"সি ধাৰণা কৰে যে, তাৰ এই ধন-সম্পদে, যিবোৰ সি জমা কৰিছে, তাক মৃত্যুৰ পৰা ৰক্ষা কৰিব, আৰু সি পৃথিৱীত অমৰ হৈ থাকিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/104003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/104003.mp3"},{"index":"4","arabicText":"كَلَّا لَیُنْۢبَذَنَّ فِی الْحُطَمَةِ ۟ؗۖ","assameseTranslation":"কেতিয়াও নহয়, নিশ্চয় সি হুতামাত নিক্ষিপ্ত হ’ব।","footnotes":"","tafseer":"বিষয়টো তেনেকুৱা নহয়, যিদৰে এই মূৰ্খই ধাৰণা কৰে। নিশ্চয় তাক জাহান্নামৰ জুইত নিক্ষেপ কৰা হ’ব। যি জুয়ে তাৰ মাজত নিক্ষেপ কৰা সকলো বস্তুকে চূৰ্ণ-বিচূৰ্ণ কৰি পেলায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/104004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/104004.mp3"},{"index":"5","arabicText":"وَمَاۤ اَدْرٰىكَ مَا الْحُطَمَةُ ۟ؕ","assameseTranslation":"আৰু তুমি জানানে, হুতামা কি?","footnotes":"","tafseer":"হে ৰাছুল! আপোনাক কিহে জনাব যে সেই অগ্নিৰ বৈশিষ্ট্য কি, যি জুয়ে সকলো বস্তুকে চূৰ্ণ-বিচূৰ্ণ কৰি পেলায়?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/104005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/104005.mp3"},{"index":"6","arabicText":"نَارُ اللّٰهِ الْمُوْقَدَةُ ۟ۙ","assameseTranslation":"ই হৈছে আল্লাহৰ প্ৰজ্বলিত জুই।","footnotes":"","tafseer":"সেইটো হৈছে আল্লাহৰ অত্যন্ত উত্তপ্ত প্ৰজ্জ্বলিত অগ্নি।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/104006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/104006.mp3"},{"index":"7","arabicText":"الَّتِیْ تَطَّلِعُ عَلَی الْاَفْـِٕدَةِ ۟ؕ","assameseTranslation":"যিয়ে হৃদপিণ্ডক গ্ৰাস কৰিব।","footnotes":"","tafseer":"যিয়ে মানুহৰ শৰীৰ অতিক্ৰম কৰি তাৰ অন্তৰলৈ ঢুকি পাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/104007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/104007.mp3"},{"index":"8","arabicText":"اِنَّهَا عَلَیْهِمْ مُّؤْصَدَةٌ ۟ۙ","assameseTranslation":"নিশ্চয় এইটোৱে সিহঁতক আৱদ্ধ কৰি ৰাখিব।","footnotes":"","tafseer":"তাৰ ভিতৰত শাস্তিপ্ৰাপ্ত ব্যক্তিসকলক আৱদ্ধ কৰি সেইটো বন্ধ কৰি দিয়া হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/104008.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/104008.mp3"},{"index":"9","arabicText":"فِیْ عَمَدٍ مُّمَدَّدَةٍ ۟۠","assameseTranslation":"ওখ ওখ স্তম্ভসমূহত।","footnotes":"","tafseer":"দীঘল দীঘল স্তম্ভৰ সৈতে (আৱদ্ধ কৰা হ’ব), যাতে ওলাব নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/104009.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/104009.mp3"}]