[{"index":"1","arabicText":"اَلَمْ تَرَ كَیْفَ فَعَلَ رَبُّكَ بِاَصْحٰبِ الْفِیْلِ ۟ؕ","assameseTranslation":"তুমি দেখা নাইনে, তোমাৰ প্ৰতিপালকে হাতীৰ অধিপতিসকলৰ লগত কেনেকুৱা (আচৰণ) কৰিছিল?","footnotes":"","tafseer":"হে ৰাছুল! আপুনি নাজানে নেকি আপোনাৰ প্ৰতিপালকে আবৰাহা আৰু তাৰ হাতী অধিপতি সৈন্যৰ সৈতে কেনেকুৱা আচৰণ কৰিছিল, যেতিয়া সিহঁতে কাবা ঘৰ ভাঙিবলৈ সংকল্প কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/105001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/105001.mp3"},{"index":"2","arabicText":"اَلَمْ یَجْعَلْ كَیْدَهُمْ فِیْ تَضْلِیْلٍ ۟ۙ","assameseTranslation":"তেওঁ সিহঁতৰ ষঢ়যন্ত্ৰক ব্যৰ্থতাত পৰ্যবসিত কৰা নাছিলনে?","footnotes":"","tafseer":"মহান আল্লাহে কাবা ধ্বংস কৰাৰ সিহঁতৰ সেই চক্ৰান্তক বিফল কৰি দিছিল। ফলত সিহঁতে মানুহক কাবাৰ পৰা বিমুখ কৰাৰ যি সংকল্প লৈছিল, তাত সিহঁতে সফলতা পোৱা নাছিল আৰু নিৰাশ হৈ উভতিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/105002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/105002.mp3"},{"index":"3","arabicText":"وَّاَرْسَلَ عَلَیْهِمْ طَیْرًا اَبَابِیْلَ ۟ۙ","assameseTranslation":"আৰু সিহঁতৰ বিৰুদ্ধে তেওঁ জাকে জাকে চৰাই পঠিওৱা নাছিলনে?","footnotes":"","tafseer":"আৰু সিহঁতৰ প্ৰতি জাকে জাকে চৰাই পঠাইছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/105003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/105003.mp3"},{"index":"4","arabicText":"تَرْمِیْهِمْ بِحِجَارَةٍ مِّنْ سِجِّیْلٍ ۟","assameseTranslation":"যিবোৰে সিহঁতৰ ওপৰত পকা টান মাটিৰ শিলগুটি নিক্ষেপ কৰিছিল।","footnotes":"","tafseer":"যিবোৰে সিহঁতৰ ওপৰত টান মাটিৰ শিলগুটি নিক্ষেপ কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/105004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/105004.mp3"},{"index":"5","arabicText":"فَجَعَلَهُمْ كَعَصْفٍ مَّاْكُوْلٍ ۟۠","assameseTranslation":"ফলত তেওঁ সিহঁতক ভক্ষিত তৃণ-সদৃশ কৰিছিল।","footnotes":"","tafseer":"ফলত সিহঁতক সেই ভক্ষিত তৃণ সদৃশ কৰি দিছিল, যিবোৰ খেৰ কুটা চতুষ্পদ জন্তুয়ে খায় আৰু ভৰিৰে মোহাৰি চেপেটা কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/105005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/105005.mp3"}]