[{"index":"1","arabicText":"لِاِیْلٰفِ قُرَیْشٍ ۟ۙ","assameseTranslation":"যিহেতু ক্বুৰাইছসকল অভ্যস্ত,","footnotes":"","tafseer":"কুৰাইশ্বৰ অভ্যাস আৰু নীতি বনাই লোৱাৰ কাৰণে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/106001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/106001.mp3"},{"index":"2","arabicText":"اٖلٰفِهِمْ رِحْلَةَ الشِّتَآءِ وَالصَّیْفِ ۟ۚ","assameseTranslation":"সিহঁতৰ অভ্যাস আছে শীত আৰু গ্ৰীষ্মকালৰ ভ্ৰমণৰ।","footnotes":"","tafseer":"শান্তিৰ সৈতে, শীতকালত ইয়ামানলৈ আৰু গ্ৰীষ্মকালত ছিৰিয়ালৈ ভ্ৰমণ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/106002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/106002.mp3"},{"index":"3","arabicText":"فَلْیَعْبُدُوْا رَبَّ هٰذَا الْبَیْتِ ۟ۙ","assameseTranslation":"এতেকে সিহঁতে এই ঘৰৰ প্ৰতিপালকৰ ইবাদত কৰা উচিত।","footnotes":"","tafseer":"সেয়ে সিহঁতে কেৱল পৱিত্ৰ ঘৰৰ প্ৰতিপালক আল্লাহৰ ইবাদত কৰা উচিত, যিয়ে সিহঁতৰ বাবে এই ভ্ৰমণ দুটাক অতি সহজ কৰি দিছে, সিহঁতে তেওঁৰ লগত আন কাকো অংশীদাৰ স্থাপন কৰাটো উচিত নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/106003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/106003.mp3"},{"index":"4","arabicText":"الَّذِیْۤ اَطْعَمَهُمْ مِّنْ جُوْعٍ ۙ۬ وَّاٰمَنَهُمْ مِّنْ خَوْفٍ ۟۠","assameseTranslation":"যিজনে সিহঁতক ক্ষুধা অৱস্থাত খাদ্য প্ৰদান কৰিছে আৰু ভয়-ভীতিৰ পৰা নিৰাপত্তা দান কৰিছে।","footnotes":"","tafseer":"যিয়ে সিহঁতক ভোকৰ সময়ত খাদ্য খুওৱাইছে আৰু ভয়ৰ পৰা নিৰাপত্তা প্ৰদান কৰিছে। কিয়নো তেওঁ আৰববাসীৰ অন্তৰত কাবা ঘৰ আৰু তাৰ ওচৰে-পাঁজৰে থকাসকলৰ মৰ্যাদা ঢালি দিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/106004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/106004.mp3"}]