[{"index":"1","arabicText":"اَرَءَیْتَ الَّذِیْ یُكَذِّبُ بِالدِّیْنِ ۟ؕ","assameseTranslation":"তুমি তাক দেখিছানে, যিয়ে (আখিৰাতৰ) কৰ্মফলক অস্বীকাৰ কৰে?","footnotes":"","tafseer":"আপুনি সেইজনক চিনি পায়নে, যিয়ে ক্বিয়ামত দিৱসৰ প্ৰতিদানক অস্বীকাৰ কৰে?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/107001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/107001.mp3"},{"index":"2","arabicText":"فَذٰلِكَ الَّذِیْ یَدُعُّ الْیَتِیْمَ ۟ۙ","assameseTranslation":"সিয়েই হৈছে সেইজন, যিয়ে অনাথক কঠোৰভাৱে খেদি পঠিয়ায়,","footnotes":"","tafseer":"সি হৈছে সেই ব্যক্তি, যিয়ে প্ৰয়োজনৰ সময়ত উপস্থিত হোৱা অনাথক দুৰ্ব্যৱহাৰ কৰি খেদি পঠিয়ায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/107002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/107002.mp3"},{"index":"3","arabicText":"وَلَا یَحُضُّ عَلٰی طَعَامِ الْمِسْكِیْنِ ۟ؕ","assameseTranslation":"আৰু সি দুখিয়াক খানা খুৱাবলৈ উৎসাহ নিদিয়ে।","footnotes":"","tafseer":"সি নিজেও ভিক্ষাৰীক খাদ্য নোখোৱায়, আৰু আনকো উৎসাহিত নকৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/107003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/107003.mp3"},{"index":"4","arabicText":"فَوَیْلٌ لِّلْمُصَلِّیْنَ ۟ۙ","assameseTranslation":"এতেকে ধ্বংস সেইসকল ছালাত আদায়কাৰীৰ বাবে,","footnotes":"","tafseer":"ধ্বংস আৰু শাস্তি সেইসকল নামাজীৰ বাবে, যিসকলে ছালাত আদায়ৰ ক্ষেত্ৰত অমনোযোগী হৈ অযথা মূল্যৱান সময় বিনষ্ট কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/107004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/107004.mp3"},{"index":"5","arabicText":"الَّذِیْنَ هُمْ عَنْ صَلَاتِهِمْ سَاهُوْنَ ۟ۙ","assameseTranslation":"যিসকলে নিজৰ ছালাতত অমনোযোগী,","footnotes":"","tafseer":"ধ্বংস আৰু শাস্তি সেইসকল নামাজীৰ বাবে, যিসকলে ছালাত আদায়ৰ ক্ষেত্ৰত অমনোযোগী হৈ অযথা মূল্যৱান সময় বিনষ্ট কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/107005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/107005.mp3"},{"index":"6","arabicText":"الَّذِیْنَ هُمْ یُرَآءُوْنَ ۟ۙ","assameseTranslation":"যিসকলে আনক দেখুৱাবলৈহে (সৎকৰ্ম) কৰে,","footnotes":"","tafseer":"যিয়ে আনক দেখুৱাবলৈ ছালাত আদায় কৰে আৰু অন্যান্য আমলো মানুহক দেখোৱাৰ উদ্দেশ্যেই কৰে। একনিষ্টভাৱে আল্লাহৰ উদ্দেশ্যে আমল নকৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/107006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/107006.mp3"},{"index":"7","arabicText":"وَیَمْنَعُوْنَ الْمَاعُوْنَ ۟۠","assameseTranslation":"আৰু সৰু-সুৰা গৃহসামগ্ৰী প্ৰদানত বাধা দিয়ে।","footnotes":"","tafseer":"আৰু সেইবোৰ বস্তুৰ জৰিয়তে আনক সহায়-সহযোগ কৰিবলৈ বাধা আৰোপ কৰে, যিবোৰ কৰাত তাৰ কোনো ক্ষতি নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/107007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/107007.mp3"}]