[{"index":"1","arabicText":"تَبَّتْ یَدَاۤ اَبِیْ لَهَبٍ وَّتَبَّ ۟ؕ","assameseTranslation":"ধ্বংস হওক আবু লাহাবৰ দুয়ো হাত আৰু সি নিজেও ধ্বংস হওক।","footnotes":"","tafseer":"নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ খুড়া আবু লাহাব বিন আব্দুল মুত্তালিবৰ দুয়ো হাত ক্ষতিগ্ৰস্ত হৈছে, কাৰণ তাৰ আমল হৈছে নিকৃষ্ট, আৰু তাৰ সকলো প্ৰচেষ্টা বিফল হৈছে। যিহেতু সি নবী চাল্লাল্লাহু আলাইহি অছাল্লামক কষ্ট দিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/111001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/111001.mp3"},{"index":"2","arabicText":"مَاۤ اَغْنٰی عَنْهُ مَالُهٗ وَمَا كَسَبَ ۟ؕ","assameseTranslation":"তাৰ ধন-সম্পদ আৰু তাৰ উপাৰ্জন তাৰ কোনো কামত নাহিল।","footnotes":"","tafseer":"তাৰ ধন-সম্পদ আৰু সন্তান-সন্ততি একোৱেই তাৰ কোনো উপকাৰত অহা নাই, আৰু তাক শাস্তিৰ পৰাও ৰক্ষা কৰিব পৰা নাই। তাক দয়াৰ পাত্ৰও বনাব পৰা নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/111002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/111002.mp3"},{"index":"3","arabicText":"سَیَصْلٰی نَارًا ذَاتَ لَهَبٍ ۟ۚۖ","assameseTranslation":"অতিশীঘ্ৰেই সি লেলিহান জুইত পতিত হ’ব।","footnotes":"","tafseer":"শীঘ্ৰেই সি ক্বিয়ামতৰ দিনা লেলিহান জুইত প্ৰৱেশ কৰিব, আৰু তাত জ্বলি থাকিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/111003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/111003.mp3"},{"index":"4","arabicText":"وَّامْرَاَتُهٗ ؕ حَمَّالَةَ الْحَطَبِ ۟ۚ","assameseTranslation":"আৰু তাৰ স্ত্ৰীও- যিজনীয়ে ইন্ধন বহন কৰে,","footnotes":"","tafseer":"আৰু তাৰ স্ত্ৰী উম্মে জামিলো তাত প্ৰৱেশ কৰিব। যিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক কষ্ট দিবলৈ ৰাস্তাত কাইট ঢালি ৰাখিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/111004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/111004.mp3"},{"index":"5","arabicText":"فِیْ جِیْدِهَا حَبْلٌ مِّنْ مَّسَدٍ ۟۠","assameseTranslation":"তাইৰ ডিঙিত থাকিব পকোৱা টান ৰছী।","footnotes":"","tafseer":"তাইৰ ডিঙিত শক্তিশালী পকোৱা টান ৰছি থাকিব, যিটো তাইৰ ডিঙিত লগাই চোঁচৰাই অগ্নিৰ ফালে লৈ যোৱা হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/111005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/111005.mp3"}]