[{"index":"1","arabicText":"قُلْ هُوَ اللّٰهُ اَحَدٌ ۟ۚ","assameseTranslation":"কোৱা, ‘তেওঁ আল্লাহ, একক-অদ্বিতীয়,","footnotes":"","tafseer":"হে ৰাছুল! আপুনি কৈ দিয়ক যে, একমাত্ৰ মহান আল্লাহেই হৈছে ইবাদতৰ অধিকাৰী, তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/112001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/112001.mp3"},{"index":"2","arabicText":"اَللّٰهُ الصَّمَدُ ۟ۚ","assameseTranslation":"আল্লাহ হৈছে ছামাদ; (তেওঁ কাৰো মুখাপেক্ষী নহয়, সকলো তেওঁৰেই মুখাপেক্ষী)","footnotes":"","tafseer":"আল্লাহ হৈছে সুউচ্চ সত্ত্বাৰ অধিকাৰী, পৰিপূৰ্ণতা আৰু সীমাহীন সৌন্দৰ্যৰ বিশেষণেৰে বিশেষিত। যাৰ আগত সকলো সৃষ্টিয়ে মুখাপেক্ষী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/112002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/112002.mp3"},{"index":"3","arabicText":"لَمْ یَلِدْ ۙ۬ وَلَمْ یُوْلَدْ ۟ۙ","assameseTranslation":"তেওঁ কাকো জন্ম দিয়া নাই আৰু তেৱোঁ (কাৰো পৰা) জন্ম লোৱা নাই,","footnotes":"","tafseer":"তেওঁ কাকো জন্ম দিয়া নাই আৰু তেৱোঁ কাৰো পৰা জন্ম লোৱা নাই। এতেকে সেই পৱিত্ৰ সত্ত্বা আল্লাহৰ কোনো সন্তান নাই আৰু পিতাও নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/112003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/112003.mp3"},{"index":"4","arabicText":"وَلَمْ یَكُنْ لَّهٗ كُفُوًا اَحَدٌ ۟۠","assameseTranslation":"আৰু তেওঁৰ সমতুল্য কোনো নাই’।","footnotes":"","tafseer":"আৰু সৃষ্টিৰ মাজত তেওঁৰ সৈতে তুলনা কৰিব পৰাও কোনো নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/112004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/112004.mp3"}]